তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ…

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ…
  • সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন।
  • হঠাৎ অসুস্থ হৈ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটিলে কোৰোনাত আক্ৰান্ত এজন ৰোগীয়ে
  • দেওবাৰে নিশা হাস্পতালখন ভৰ্তি কৰা হৈছিল ৰোগীজনক।
  • সোমবাৰে পুৱা হঠাৎ খোজকাঢ়ি থকা অৱস্থাতে ঢলি পৰে লোকজন।
  • লোকজন ঢলি পৰাৰ বহু পাছতহে চিকিৎসক অহা বুলি অভিযোগ উত্থাপন হৈছে।
  • মৃত লোকজন তেজপুৰ বালিপৰা ফুলবাৰীৰ অনুপ তামুলী বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in