শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ…

450
  • সোমবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন।
  • হঠাৎ অসুস্থ হৈ মজিয়াত ঢলি পৰি মৃত্যুক সাৱটিলে কোৰোনাত আক্ৰান্ত এজন ৰোগীয়ে
  • দেওবাৰে নিশা হাস্পতালখন ভৰ্তি কৰা হৈছিল ৰোগীজনক।
  • সোমবাৰে পুৱা হঠাৎ খোজকাঢ়ি থকা অৱস্থাতে ঢলি পৰে লোকজন।
  • লোকজন ঢলি পৰাৰ বহু পাছতহে চিকিৎসক অহা বুলি অভিযোগ উত্থাপন হৈছে।
  • মৃত লোকজন তেজপুৰ বালিপৰা ফুলবাৰীৰ অনুপ তামুলী বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি