শেহতীয়া খবৰ
আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  আই পি এলত ৰাজস্থান ৰয়েলছৰ সৈতে চুক্তিৱদ্ধ অসমৰ ৰিয়ান পৰাগ  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  শীতৰে সেমেকা ৰাতি, বস্ত্ৰবিহীনজনৰ বাবে কৰিব নোৱাৰো নেকি একো আমি...  •  চিবিআইৰ সঞ্চালক এম নাগেশ্বৰ ৰাওৰ পদোন্নতি  •  সোণতলীত আৰক্ষীৰ অভিযান, বৃহৎ পৰিমাণৰ গাঞ্জা খেতি ধ্বংস  •  'মেকফি নব'ৰ দৰে বঙাইগাঁৱতো আছে নাককাটি পাহাৰ, পৰ্যটক নাহে, যায় উদণ্ড ল'ৰা, VIDEO  •  আঢ়ৈ লাখ টকীয়া চাকৰি এৰি চুৰিত ধৰা এজন বিলাসী চোৰ  •  সংগ্ৰামী যুৱ ছাত্ৰ মঞ্চৰ বাক্সা জিলা সমিতি গঠন

এছ বি আইৰ সমুখৰ পৰা দুৰ্বৃত্তই লুটি নিলে লক্ষাধিক টকা

139
  • তেজপুৰত দিন-দুপৰতে দুৰ্বৃত্তৰ লুটপাত।
  • এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ১.৫০ লাখ টকা।
  • লুটি নিয়া ধনখিনি আছিল ইয়ানু বৰ্মন নামৰ এগৰাকী মহিলাৰ।
  • তেজপুৰৰ ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
  • টকাৰ বেগ লৈ বাইকেৰে পলায়ন কৰে দুৰ্বৃত্তই।
  • বেংকৰ পৰা ধনখিনি উলিয়াই আনিছিল মহিলাগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি