তীৰ খেলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান, আটক ৩ তীৰ ব্যৱসায়ীক

তীৰ খেলৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান, আটক ৩ তীৰ ব্যৱসায়ীক
  • তীৰ খেল ব্যৱসায়ীৰ বিৰুদ্ধে মহানগৰ আৰক্ষীৰ অভিযান।
  • বশিষ্ঠ আৰক্ষীয়ে ঘূৰামৰাৰ নিৰি-বিলি পথত চলাই অভিযান।
  • অভিযানত গ্ৰেপ্তাৰ হয় ৫জন তীৰ ব্যৱসায়ী।
  • আটকাধীন ব্যৱসায়ীকেইজন ক্ৰমে- ৰাজু সৰকাৰ, মুন্না ঠাকুৰ।
  • চাহানুৰ ইছলাম, ৰফিকুল ইছলাম আৰু বিৰাজ ৰাজবংশী।
  • ব্যৱসায়ীকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ২০ হেজাৰ টকা, তীৰৰ টিকটসহ বহু সামগ্ৰী।
  • দীৰ্ঘদিন ধৰি আৰক্ষীয়ে লাভ কৰা অভিযোগৰ ভিত্তিতে শুকুৰবাৰে অভিযান চলাই বশিষ্ঠ আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in