ধৱনৰ শতকেৰে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক বান্ধি দিলে ৩৫৩ ৰানৰ লক্ষ্য…

ধৱনৰ শতকেৰে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক বান্ধি দিলে ৩৫৩ ৰানৰ লক্ষ্য…

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ১৪ সংখ্যক মেচত মুখামুখি হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে বান্ধি দিলে ৩৫৩ ৰাণ। প্ৰথমে বেট ধৰি ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ৩৫২ ৰান। টীম ইণ্ডিয়াৰ হৈ ৰোহিত শৰ্মাই ৫৭, শিখৰ ধৱনে ১১৭, অধিনায়ক বিৰাট কোহলীয়ে ৮২, হাৰ্দিক পাণ্ডিয়াই ৪৮ আৰু এম এছ ধোনীয়ে সংগ্ৰহ কৰে ২৭ ৰাণ। আনহাতে মেচখনৰ শেষ মুৰ্হূত ক্ৰীজত মজুত থাকে লোকেশ ৰাহুল আৰু কেদাৰ যাদৱ। কিছুসময়ৰ পাছতে বেটিঙৰ বাবে ফীল্ডত নামিব অষ্ট্ৰলিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in