শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

ধৱনৰ শতকেৰে টীম ইণ্ডিয়াই অষ্ট্ৰেলিয়াক বান্ধি দিলে ৩৫৩ ৰানৰ লক্ষ্য…

106

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্ৰিকেটৰ ১৪ সংখ্যক মেচত মুখামুখি হোৱা ভাৰত-অষ্ট্ৰেলিয়াৰ মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক জয়ৰ বাবে বান্ধি দিলে ৩৫৩ ৰাণ। প্ৰথমে বেট ধৰি ৫০ অভাৰত ৫ টা উইকেট হেৰুৱাই টীম ইণ্ডিয়াই সংগ্ৰহ কৰে ৩৫২ ৰান। টীম ইণ্ডিয়াৰ হৈ ৰোহিত শৰ্মাই ৫৭, শিখৰ ধৱনে ১১৭, অধিনায়ক বিৰাট কোহলীয়ে ৮২, হাৰ্দিক পাণ্ডিয়াই ৪৮ আৰু এম এছ ধোনীয়ে সংগ্ৰহ কৰে ২৭ ৰাণ। আনহাতে মেচখনৰ শেষ মুৰ্হূত ক্ৰীজত মজুত থাকে লোকেশ ৰাহুল আৰু কেদাৰ যাদৱ। কিছুসময়ৰ পাছতে বেটিঙৰ বাবে ফীল্ডত নামিব অষ্ট্ৰলিয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি