শেহতীয়া খবৰ
বুঢ়াচাপৰিত পহু মাংসসহ দুজনক আটক  •  ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...

নিউজিলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া

341
  • টি-২০ত পৰাস্ত টীম ইণ্ডিয়া।
  • দেওবাৰে ৪ ৰানত জয়লাভ কৰে নিউজিলেণ্ড দলে।
  • প্ৰথমে বেটিং কৰিছিল নিউজিলেণ্ডে।
  • ৪ উইকেটৰ বিনিময়ত দলটোৱে সংগ্ৰহ কৰে ২১২ ৰান।
  • তাৰ পিছতে ভাৰতে বেটিং কৰি সংগ্ৰহ কৰে ২০৮ ৰান।
  • ২-১ৰ ব্যৱৰ্ধানত ৩খনীয়া শৃংখলা যায় নিউজিলেণ্ডৰ হাতলৈ।
  • উল্লেখ্য যে, দেওবাৰে হেমিল্টনত অনুষ্ঠিত হৈছিল শৃংখলাৰ তৃতীয়খন খেল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি