আইচিচি ৱৰ্ল্ড টেষ্ট ৰেংকিঙত প্ৰথম স্থানত ভাৰত…

আইচিচি ৱৰ্ল্ড টেষ্ট ৰেংকিঙত প্ৰথম স্থানত ভাৰত…
  • আইচিচি ৱৰ্ল্ড টেষ্ট ৰেংকিঙত প্ৰথম স্থানত ভাৰত ।
  • বৰ্ডাৰ- গাভাস্কাৰ ট্ৰফী ভাৰতে হস্তগত কৰাৰ পিছতে প্ৰথম স্থান লাভ কৰে ভাৰতে ।
  • ৪৩০ পইন্ট লাভ কৰি ভাৰতে লাভ কৰিছে প্ৰথম স্থান ।
  • আইচিচি টেষ্ট ৰেংকিঙৰ দ্বিতীয় স্থানত আছে নিউজিলেণ্ড ।
  • ইফালে টেষ্ট ৰেংকিঙৰ তৃতীয় স্থানত আছে অষ্ট্ৰেলিয়া ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in