বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱাই অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া

বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱাই অনুশীলনত ব্যস্ত টীম ইণ্ডিয়া
  • বৰ্ষাপাৰা ষ্টেডিয়ামত পুৱাই অনুশীলনত ভাগ ল'লে টীম ইণ্ডিয়াই।
  • অনুশীলনত অংশ লোৱা খেলুৱৈসকলৰ ভিতৰত আছিল কেপ্টেইন বিৰাট কোহলীও।
  • ভাৰতীয় দলৰ খেলুৱৈসকলক চাবলৈ ষ্টেডিয়ামত যথেষ্ট লোকৰ ভিৰ।
  • ভাৰতীয় দলৰ প্ৰায় সকলো খেলুৱৈ উপস্থিত আছিল অনুশীলনত।
  • মহেন্দ্ৰ সিং ধোনীৰ সৈতে ফটো উঠিবলৈ বিভিন্নজনৰ হেতা-ওপৰা।
  • এই কাৰ্যত অসন্তুষ্টি ধোনীৰ।
  • ষ্টেডিয়ামৰ কৰ্মৰত নিৰাপত্তাৰক্ষীসকলেও ফটো উঠাৰ চেষ্টা চলালে ক্ৰিকেটাৰসকলৰ সৈতে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in