শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

ৰাজ্যসভাত তেলেগু দেশম পাৰ্টিয়ে বিৰোধিতা কৰিব জাতিধ্বংসী বিধেয়ক

463
  • জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা অন্ধৰ তেলেগু দেশম পাৰ্টিৰ।
  • ৰাজ্যসভাত তেলেগু দেশম পাৰ্টিয়ে বিৰোধিতা কৰিব বিধেয়কৰ
  • দিল্লীত স্থিতি স্পষ্ট কৰিলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে।
  • সন্মিলিত বিৰোধীৰে সহৱস্থান গ্ৰহণ কৰিব দলটোৱে।
  • দিল্লীত চন্দ্ৰবাবু নাইডুৰে কথা পাতিলে অখিল গগৈয়েও।
  • গগৈয়ে বিজু জনতা দলৰ অস্পষ্ট স্থিতিৰ বিষয়ে অৱগত কৰিলে নাইডুক।
  • ‘নবীন পাটনায়কক সাক্ষাত্‍ কৰিব চন্দ্ৰবাবু নাইডুৱে’।
  • ‘পাটনায়কৰে কথা পাতি বিৰোধিতাৰ আহ্বান জনাব’।
  • অৱশ্যে সন্মিলিত বিৰোধী বৈঠকত উপস্থিত নাছিল নাইডু।
  • বিজু জনতা দলৰ ৯গৰাকী সাংসদ আছে ৰাজ্যসভাত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি