ৰাজ্যসভাত তেলেগু দেশম পাৰ্টিয়ে বিৰোধিতা কৰিব জাতিধ্বংসী বিধেয়ক

ৰাজ্যসভাত তেলেগু দেশম পাৰ্টিয়ে বিৰোধিতা কৰিব জাতিধ্বংসী বিধেয়ক
  • জাতিধ্বংসী বিধেয়কৰ বিৰোধিতা অন্ধৰ তেলেগু দেশম পাৰ্টিৰ।
  • ৰাজ্যসভাত তেলেগু দেশম পাৰ্টিয়ে বিৰোধিতা কৰিব বিধেয়কৰ
  • দিল্লীত স্থিতি স্পষ্ট কৰিলে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে।
  • সন্মিলিত বিৰোধীৰে সহৱস্থান গ্ৰহণ কৰিব দলটোৱে।
  • দিল্লীত চন্দ্ৰবাবু নাইডুৰে কথা পাতিলে অখিল গগৈয়েও।
  • গগৈয়ে বিজু জনতা দলৰ অস্পষ্ট স্থিতিৰ বিষয়ে অৱগত কৰিলে নাইডুক।
  • 'নবীন পাটনায়কক সাক্ষাত্‍ কৰিব চন্দ্ৰবাবু নাইডুৱে'।
  • 'পাটনায়কৰে কথা পাতি বিৰোধিতাৰ আহ্বান জনাব'।
  • অৱশ্যে সন্মিলিত বিৰোধী বৈঠকত উপস্থিত নাছিল নাইডু।
  • বিজু জনতা দলৰ ৯গৰাকী সাংসদ আছে ৰাজ্যসভাত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in