‘জেদ প্লাছ’ নিৰাপত্তা হেৰুৱাব নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে…

ফাইল ফটো
ফাইল ফটো
  • 'জেদ' প্লাছ নিৰাপত্তা কৰ্টন প্ৰসংগত ন্যায়ালয়ৰ কাষ চাপিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ।
  • কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ দাখিল কৰিছিল তৰুণ গগৈয়ে।
  • উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে শুনানি।
  • ১২ ফেব্ৰুৱাৰীত হ'ব পৰৱৰ্তী শুনানি।
  • কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰলৈ ন্যায়ালয়ৰ নিৰ্দেশ।
  • পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত গগৈৰ বৰ্তমানৰ নিৰাপত্তা বাহাল ৰখাৰ নিৰ্দেশ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in