নৱগ্ৰহত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ সন্মান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ…VIDEO

নৱগ্ৰহত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ সন্মান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ…VIDEO
  • নৱগ্ৰহত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে সাজু কৰা হৈছে।
  • ৰাষ্ট্ৰীয় মৰ্যাদাৰে সন্মান প্ৰদৰ্শন কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক।
  • নাম-প্ৰসংগ গোৱা হৈছে নৱগ্ৰহ শ্মশানত।
  • কিছু সময়ৰ পাছতে পঞ্চভূতত বিলীন হ'ব তৰুণ গগৈ।
  • পৰিয়ালৰ লগতে উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বহু মন্ত্ৰী-নেতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in