শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াঃ পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি…

2,241
  • ছিটাত উঠোৱা হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ।
  • পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে পিতৃ তৰুণ গগৈৰ।
  • নৱগ্ৰহত বিয়লি ৩.২০ বজাত সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।
  • সকলো ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।
  • সকলো আৱেগিক হৈ পৰে এই সময়ত।
  • মুখাগ্নি কৰাৰ পাছতে সকলোৱে হৰি বল, হৰি বল ধ্বনি দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি