তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াঃ পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি…

তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াঃ পুত্ৰ গৌৰৱ গগৈয়ে কৰিলে মুখাগ্নি…
  • ছিটাত উঠোৱা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ।
  • পুত্ৰ গৌৰৱ গগৈয়ে মুখাগ্নি কৰে পিতৃ তৰুণ গগৈৰ।
  • নৱগ্ৰহত বিয়লি ৩.২০ বজাত সম্পন্ন কৰা হয় অন্ত্যেষ্টিক্ৰিয়া।
  • সকলো ৰীতি-নীতিৰ মাজেৰে সম্পন্ন কৰা হয় তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া।
  • সকলো আৱেগিক হৈ পৰে এই সময়ত।
  • মুখাগ্নি কৰাৰ পাছতে সকলোৱে হৰি বল, হৰি বল ধ্বনি দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in