গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে তৰুণ গগৈ!

গুৱাহাটীত কংগ্ৰেছৰ প্ৰাৰ্থী হ’ব পাৰে তৰুণ গগৈ!
  • কংগ্ৰেছৰ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী হ'ব পাৰে তৰুণ গগৈ।
  • গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্বৰ বাবে কেইবাজনকো অনুৰোধ কৰিছিল কংগ্ৰেছ শীৰ্ষ নেতৃত্বই।
  • সেই প্ৰাৰ্থিত্বৰ প্ৰস্তাৱ স্বীকাৰ কৰা নাছিল।
  • শেষ মুহূৰ্তত তৰুণ গগৈকে গুৱাহাটীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰা হ'ব বুলি বুলি চলিছে চৰ্চা।
  • ভুৱনেশ্বৰ কলিতাৰ সৈতে আলোচনাৰ অন্তত তৰুণ গগৈয়ে সেউজ সংকেত দিয়া বুলি জানিব পৰা গৈছে।
  • পূৰ্বতেও গগৈক এই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ কৰা হৈছিল।
  • নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা কৰা নাছিল গগৈয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in