যোৱা গৈ! আৰম্ভ হ’ল তৰুণ গগৈৰ শেষ যাত্ৰা…

যোৱা গৈ! আৰম্ভ হ’ল তৰুণ গগৈৰ শেষ যাত্ৰা…
  • সহস্ৰাধিক গুণমুগ্ধৰে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰা।
  • বৰ্তমান ৰুক্মিণীগাঁৱৰ গীৰ্জাঘৰ অভিমুখে আগবাঢ়িছে এই তেওঁৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন।
  • ইয়াৰ পূৰ্বে চৰকাৰী বাসভৱনত মাংগৰিক ৰীতি-নীতি পালন কৰা হৈছিল।
  • ৰুক্মিণীগাঁৱৰ পৰা জু-ৰোডৰ নামঘৰৰ অভিমুখে আগবাঢ়িব তৰুণ গগৈৰ এই শেষ যাত্ৰা।
  • সকলো আৱেগিক হৈ পৰিছে এই সময়ত।
  • কিয়নো কিছু সময়ৰ পাছতে পঞ্চভূতত বিলীন হ'ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
  • দুহাতৰে নমস্কাৰ জনাই অশ্ৰুসিক্ত নয়নেৰে তৰুণ গগৈক শেষ বিদায় জনালে পত্নী ডলী গগৈয়ে।
  • সেই দৃশ্য দেখি আৱেগিক হৈ পৰিল সকলো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in