শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...

যোৱা গৈ! আৰম্ভ হ’ল তৰুণ গগৈৰ শেষ যাত্ৰা…

669
  • সহস্ৰাধিক গুণমুগ্ধৰে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষ যাত্ৰা।
  • বৰ্তমান ৰুক্মিণীগাঁৱৰ গীৰ্জাঘৰ অভিমুখে আগবাঢ়িছে এই তেওঁৰ নশ্বৰ দেহ কঢ়িয়াই নিয়া বাহনখন।
  • ইয়াৰ পূৰ্বে চৰকাৰী বাসভৱনত মাংগৰিক ৰীতি-নীতি পালন কৰা হৈছিল।
  • ৰুক্মিণীগাঁৱৰ পৰা জু-ৰোডৰ নামঘৰৰ অভিমুখে আগবাঢ়িব তৰুণ গগৈৰ এই শেষ যাত্ৰা।
  • সকলো আৱেগিক হৈ পৰিছে এই সময়ত।
  • কিয়নো কিছু সময়ৰ পাছতে পঞ্চভূতত বিলীন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী।
  • দুহাতৰে নমস্কাৰ জনাই অশ্ৰুসিক্ত নয়নেৰে তৰুণ গগৈক শেষ বিদায় জনালে পত্নী ডলী গগৈয়ে।
  • সেই দৃশ্য দেখি আৱেগিক হৈ পৰিল সকলো।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি