চকু মেলিছেঃ সংকটজনক যদিও কালিতকৈ উন্নত তৰুণ গগৈৰ স্বাস্থ্য…

ফাইল ফটো
ফাইল ফটো
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যক লৈ gmchৰ অধীক্ষক সংবাদমেল।
  • তেওঁ জনায় যে, গগৈৰ স্বাস্থ্য কালিতকৈ উন্নত যদিও সংকটজনক অৱস্থাতে আছে।
  • গগৈৰ অক্সিজেনৰ মাত্ৰা বৰ্তমা ৯৫ৰ পৰা ৯৭ৰ ভিতৰত।
  • অৱস্থা সংকটজনক হোৱাৰ বাবে বহিঃৰাজ্যলৈ চিকিতসাৰ বাবে নিয়াটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰে তেওঁ।
  • যি চিকিতসা কৰা হব এইমছৰ চিকিতসকৰ সৈতে লগ হৈ gmchতে সম্পন্ন কৰা হব।
  • পুৱাৰ ভাগত গগৈয়ে চকু মেলিছে বুলিও সদৰি কৰে সংবাদমেলত।
  • ইউৰিন আউটপুটৰ বাবে ডায়েল'চিছ কৰা হয় যদিও, তেওঁৰ শৰীৰৰ সকলোবোৰ অংগ বিকল হোৱাৰ বাবে এতিয়াই এনে ব্যৱস্থা কৰা হোৱা নাই বুলি প্ৰকাশ কৰে অধীক্ষকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in