শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

চকু মেলিছেঃ সংকটজনক যদিও কালিতকৈ উন্নত তৰুণ গগৈৰ স্বাস্থ্য…

551
  • প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যক লৈ gmchৰ অধীক্ষক সংবাদমেল।
  • তেওঁ জনায় যে, গগৈৰ স্বাস্থ্য কালিতকৈ উন্নত যদিও সংকটজনক অৱস্থাতে আছে।
  • গগৈৰ অক্সিজেনৰ মাত্ৰা বৰ্তমা ৯৫ৰ পৰা ৯৭ৰ ভিতৰত।
  • অৱস্থা সংকটজনক হোৱাৰ বাবে বহিঃৰাজ্যলৈ চিকিতসাৰ বাবে নিয়াটো সম্ভৱ নহয় বুলি প্ৰকাশ কৰে তেওঁ।
  • যি চিকিতসা কৰা হব এইমছৰ চিকিতসকৰ সৈতে লগ হৈ gmchতে সম্পন্ন কৰা হব।
  • পুৱাৰ ভাগত গগৈয়ে চকু মেলিছে বুলিও সদৰি কৰে সংবাদমেলত।
  • ইউৰিন আউটপুটৰ বাবে ডায়েল’চিছ কৰা হয় যদিও, তেওঁৰ শৰীৰৰ সকলোবোৰ অংগ বিকল হোৱাৰ বাবে এতিয়াই এনে ব্যৱস্থা কৰা হোৱা নাই বুলি প্ৰকাশ কৰে অধীক্ষকগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি