চৰকাৰী আৱাসগৃহলৈ নিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ…

চৰকাৰী আৱাসগৃহলৈ নিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ…
  • পুৱাই চৰকাৰী আবাসগৃহলৈ লৈ যোৱা হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ।
  • বিশাল সমদলৰে আগবাঢ়ি লৈ যোৱা হৈছে তেওঁৰ নশ্বৰ দেহ।
  • বৃহস্পতিবাৰে নৱগ্ৰহত শেষকৃত সম্পন্ন কৰা হ'ব তৰুণ গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in