অসমত হিমন্তৰ দৰে ৰাজনৈতিক নেতা আগতে জন্ম হোৱা নাছিল আৰু হ’বও নালাগেঃ তৰুণ গগৈ

অসমত হিমন্তৰ দৰে ৰাজনৈতিক নেতা আগতে জন্ম হোৱা নাছিল আৰু হ’বও নালাগেঃ তৰুণ গগৈ
  • বিধানসভা চৌহদত  প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মন্তব্য ।
  • 'হিমন্ত বিশ্ব শৰ্মাই অসম অশান্ত কৰিব বিচাৰিছে।'
  • 'সদনৰ বাহিৰে-ভিতৰে হিমন্ত বিশ্বই সাম্প্ৰদায়িক মন্তব্য কৰিছে।'
  • 'এনে সাম্প্ৰদায়িক মন্তব্য উঠাই নল'লে মন্ত্ৰীপদ ত্যাগ কৰক৷'
  • 'নহ'লে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰক।'
  • 'হিমন্ত বিশ্ব মন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই।'
  • 'ভাৰতীয় নাগৰিকক বিদেশী সজাব বিচাৰিছে হিমন্ত বিশ্বই।'
  • হিমন্ত যিমান দিন শাসনত থাকিব অসম অশান্ত হৈ থাকিব বুলিও মন্তব্য গগৈৰ।
  • 'অসমত হিমন্তৰ দৰে ৰাজনৈতিক নেতা আগতে জন্ম হোৱা নাছিল আৰু হ'বও নালাগে।'
  • 'মই পোন্ধৰ বছৰৰ শাসনত এবাৰেই ক'লা কাপোৰ দেখিছিলো, এতিয়া সপোনতো মুখ্যমন্ত্ৰীয়ে ক'লা কাপোৰ দেখে বুলি কটাক্ষ তৰুণ গগৈৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in