অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নাই…

অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মন আৰু নাই…

  • অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক তৰনী কান্ত বৰ্মনৰ মৃত্যু।
  • মহানগৰীৰ হায়াত হাস্পতালত তেওঁৰ মৃত্যু হয়।
  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্মন।
  • শনিবাৰে সন্ধিয়াৰ ভাগত তেওঁৰ মৃত্যু হয়।
  • তেওঁৰ মৃত্যুত সাংবাদিক মহলত শোকৰ ছাঁ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in