বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…
  • বিশিষ্ট ফটো সাংবাদিক তৰণী কান্ত বৰ্মনৰ শেষকৃত্য ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্য সচিবক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ।
  • শনিবাৰে সন্ধিয়াৰ ভাগত দেহাৱসান ঘটিছিল বিশিষ্ট ফটো সাংবাদিকগৰাকীৰ।
  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল তেওঁ।
  • ইফালে দেওবাৰে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাৱলৈ লৈ অহা হ'ব বৰ্মনৰ নশ্বৰ দেহ।
  • শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব প্ৰেছ ক্লাৱৰ কৰ্মকতাসকলৰ লগতে একালৰ সতীৰ্থসকলে।
  • উল্লেখ্য যে, অসমৰ প্ৰথমজন ক্ৰীড়া ফটো সাংবাদিক আছিল তৰনী কান্ত বৰ্মন।
  • মহানগৰীৰ হায়াত হাস্পতালত তেওঁৰ মৃত্যু হয়।
  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল বৰ্মন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in