আইপিএছ বিষয়া তপন কুমাৰ দাসক ইন্টেলিজেন্ট ব্যুৰৰ বিশেষ সঞ্চালকৰ দায়িত্ব…

আইপিএছ বিষয়া তপন কুমাৰ দাসক ইন্টেলিজেন্ট ব্যুৰৰ বিশেষ সঞ্চালকৰ দায়িত্ব…
  • দেশত বহু কেইজন আইপিএছ বিষয়াৰ ৰদবদল।
  • গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশযোগে কৰিছে এই ৰদবদল।
  • আইপিএছ বিষয়া তপন কুমাৰ দাসক ইণ্টেলিজেন্ট ব্যুৰৰ বিশেষ সঞ্চালক ৰূপে বদলি কৰা হৈছে।
  • পূৰ্বে বিষয়াগৰাকী ইন্টেলিজেন্ট ব্যুৰৰ অতিৰিক্ত সঞ্চালক ৰূপে কৰ্মৰত আছিল।
  • তেওঁৰ লগতে আন ১৩জন আইপিএছ বিষয়াৰো ৰদবদল কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in