শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

আইপিএছ বিষয়া তপন কুমাৰ দাসক ইন্টেলিজেন্ট ব্যুৰৰ বিশেষ সঞ্চালকৰ দায়িত্ব…

  • দেশত বহু কেইজন আইপিএছ বিষয়াৰ ৰদবদল।
  • গৃহ মন্ত্ৰণালয়ে এক নিৰ্দেশযোগে কৰিছে এই ৰদবদল।
  • আইপিএছ বিষয়া তপন কুমাৰ দাসক ইণ্টেলিজেন্ট ব্যুৰৰ বিশেষ সঞ্চালক ৰূপে বদলি কৰা হৈছে।
  • পূৰ্বে বিষয়াগৰাকী ইন্টেলিজেন্ট ব্যুৰৰ অতিৰিক্ত সঞ্চালক ৰূপে কৰ্মৰত আছিল।
  • তেওঁৰ লগতে আন ১৩জন আইপিএছ বিষয়াৰো ৰদবদল কৰা হৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি