শেহতীয়া খবৰ
কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ

এমাহ পাৰ হোৱাৰ পাছতো সগৌৰৱেৰে চলি আছে ‘Tanhaji’…

292

ডিজিটেল ডেস্কঃ এমাহৰ পাৰ হোৱাৰ পাছতো ছবিঘৰত সগৌৰৱেৰে চলি আছে হিন্দী ছবি তানহাজী। অজয় দেৱগণ, কাজল আৰু চৈইফ আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনে শনিবাৰে ভৰি থলে ৩৭ দিনত। শনিবাৰে ছবিখনে উপাৰ্জন কৰে প্ৰায় ৬০ লাখ টকা। উল্লেখ্য যে, ৩৭ দিনৰ অন্তত ছবিখনৰ মুঠ উপাৰ্জন হৈছে ২৭১.১০ কোটি টকা। ২০২০ বৰ্ষৰ সৰ্বাধিক উপাৰ্জনকাৰী তালিকাৰ শীৰ্ষত আছে তানহাজী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি