শেহতীয়া খবৰ
কন্যাৰ বিয়ালৈ প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা ৰিক্সা চালক মংগল কেৱটৰ অৱশেষত পূৰণ হ’ল সপোন...  •  দেহত নাই কোৰোনা ভাইৰাছ, আনন্দত নাচি উঠিল যুৱতীঃ চাওক VIDEO  •  ক্ৰিকেটৰ খেলপথাৰত নহয়, এইবাৰ ইনষ্টাগ্ৰামতো অভিলেখ বিৰাট কোহলীৰ...  •  ধাৰা ৩৭০ বাতিলৰ পিছত মোডীক সমালোচনা কৰা বৃটিছ সাংসদক বিমান বন্দৰতে আৱদ্ধ, উভতাই পঠিওৱা হ’ল ডুবাইলৈ  •  বিশিষ্ট চলচ্ছিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই...  •  পুৰণিগুদামৰ BKB মহাবিদ্যালয়ৰ সাংস্কৃতিক শোভাযাত্ৰাঃ উপস্থাপন হ'ল অভিজিৎ-নিলোৎপলৰ হত্যাকাণ্ড...  •  উৰণীয়া সেতুৰ পৰা বাগৰি পৰিল দ্ৰুতবেগী বাহন, নিহত ১, আহত ৫  •  বন্ধ হ’ব ভোডাফোন আইডিয়া...  •  অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰক কি কি পৰামৰ্শ দিলে উচ্চস্তৰীয় কমিটিয়ে...  •  মঙলদৈৰ নাহৰবাৰীত শ্ৰী শ্ৰী ৰুদ্ৰ মহাযজ্ঞ আৰু গৰখীয়া ভোগ নিবেদন...

১৭ দিনৰ অন্তত ‘Tanhaji’ৰ উপাৰ্জন…

1,078

ডিজিটেল ডেস্কঃ ছবিঘৰত বৰ্তমানেও সগৌৰৱেৰে চলি আছে হিন্দী ছবি তানহাজী। অজয়, কাজল আৰু চৈয়ফ আলী খানে মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখনক লৈ মুক্তিৰ পূৰ্বেই যথেষ্ট বিৰ্তক হৈছিল যদিও সকলোবোৰ বিৰ্তকক একাষৰীয়া কৰি প্ৰতিটো ছবিঘৰতে তানহাজীক চাবলৈ ভিৰ লাগিল অগনণ লোকৰ। মুক্তিৰ ১৭ দিনৰ অন্তত ছবিখনে মুঠ ২২৪ টকা উপাৰ্জন কৰিছে। উল্লেখ্য যে, যোৱা দেওবাৰ দিনটোত ছবিখনে উপাৰ্জন কৰিছে ১২ কোটি টকা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি