তামুলপুৰত জব্দ গুলী-বাৰুদৰ অৱশিষ্ট…

তামুলপুৰত জব্দ গুলী-বাৰুদৰ অৱশিষ্ট…
  • তামুলপুৰৰ দৰঙামেলাৰ পৰা জব্দ গুলী-বাৰুদৰ অৱশিষ্ট।
  • লগতে শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট।
  • জব্দ ১৫১টা টিপিটি, ৮৪ এম এম চেলৰ ৫টা অৱশিষ্ট।
  • বিগ চেল ৩টা, ২০০ কেজি গুলী-বাৰুদৰ অৱশিষ্ট।
  • দৰঙামেলাৰ এইচ ইছক্রেপ ডীলাৰৰ নামৰ প্রতিষ্ঠানটোৰ পৰা জব্দ।
  • ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in