তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ…

  • তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অচিনাক্ত মহিলাৰ মৃতদেহ।
  • নাগ্ৰীজুলিৰ গণেশপুৰত বাল্টি নদীৰ পাৰত পুতি থোৱা অৱস্থাত উদ্ধাৰ অৰ্ধগলিত মৃতদেহটো।
  • আৰক্ষীয়ে অনুমান কৰা অনুসৰি, মহিলা গৰাকীৰ বয়স ২৫ৰো উৰ্ধত।
  • কোনো লোকে মহিলাগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
  • খবৰ পোৱা পাছত ঘটনাস্থলীত উপস্থিত হয় নাগ্ৰীজুলি আৰক্ষীৰ এটা দল।
  • নাগ্ৰীজুলি আৰক্ষীয়ে জেছিবিৰে খান্দি উলিয়াই মৃতদেহটো।
  • বলাৎকাৰৰ পাছত হত্যা কৰি মৃতদেহটো পুতি থোৱাৰ সন্দেহ স্থানীয় লোকৰ।
  • উলংগ অৱস্থাত উদ্ধাৰ কৰিছে মৃতদেহটো।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in