সাগৰীয় ‘গাজা’ ধুমুহাঃ তামিলনাডুত হাই এলাৰ্ট জাৰি

সাগৰীয় ‘গাজা’ ধুমুহাঃ তামিলনাডুত হাই এলাৰ্ট জাৰি
  • সাগৰীয় ধুমুহা 'গাজা'ক লৈ তামিলনাডুত হাইএলাৰ্ট জাৰি।
  • বৃহস্পতিবাৰে সন্ধিয়া ঘূৰ্ণীবতাহ 'গাজা'ই তামিলনাডুৰ উপকূলীয় অঞ্চলত সৃষ্টি কৰিব পাৰে প্ৰলয়।
  • প্ৰতিঘণ্টাত ৯০ৰ পৰা ১০০ কিলোমিটাৰ বেগত ধুমুহাৰ লগতে মুষলধাৰ বৰষুণৰ সম্ভাৱনা।
  • পুডুচেৰীত বৃহস্পতিবাৰে বন্ধ থাকিব সকলো স্কুল-কলেজ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in