শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪ গৰাকী মহিলাৰ সৈতে মুঠ ৬জন লোক

70
  • তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তিৰুৱন্নমলাই নামৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • এখন ভেন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।
  • ঘটনাস্থলীতে থিতাতে নিহত ৪ গৰাকী মহিলাৰ সৈতে মুঠ ৬জন লোক।
  • ভেনত অহা গোটেই কেইজন যাত্ৰী মৃত্যু দুৰ্ঘটনাটোত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি