তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪ গৰাকী মহিলাৰ সৈতে মুঠ ৬জন লোক

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • তামিলনাডুত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • তিৰুৱন্নমলাই নামৰ অঞ্চলত শনিবাৰে পুৱা সংঘটিত হৈছে এই দুৰ্ঘটনা।
  • এখন ভেন আৰু ট্ৰাকৰ মাজত সংঘৰ্ষ।
  • ঘটনাস্থলীতে থিতাতে নিহত ৪ গৰাকী মহিলাৰ সৈতে মুঠ ৬জন লোক।
  • ভেনত অহা গোটেই কেইজন যাত্ৰী মৃত্যু দুৰ্ঘটনাটোত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in