তামিলনাডুত থাৰ্মেল পাৱাৰ প্লান্টত বিস্ফোৰণ,নিহত ৪

তামিলনাডুত থাৰ্মেল পাৱাৰ প্লান্টত বিস্ফোৰণ,নিহত ৪
  • তামিলনাডুৰ কুড্ডালোৰ জিলাত সংঘটিত হৈছে এক অঘটন।
  • এটা থাৰ্মেল পাৱাৰ প্লান্টত সংঘটিত হৈছে বিস্ফোৰণ।
  • এই ঘটনাত ৪গৰাকী লোকৰ মৃ্ত্যু হৈছে।
  • ১৩গৰাকী লোক গুৰুতৰভাৱে আহত হৈছে।
  • চেন্নাইৰ পৰা প্ৰায় ১৮০ কিঃমিঃ নিলগত আছে এই উদ্যোগটো।
  • আহতসকলক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in