শেহতীয়া খবৰ
শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  গোৱালপাৰাত লোমহৰ্ষক হত্যাকাণ্ড, মাতৃ-পুত্ৰৰ চিন্ন মৃতদেহ উদ্ধাৰ  •  প্ৰায় ৫০ কিলোগ্ৰাম গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ ৰৌতা আৰক্ষীৰ  •  ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল গুৱাহাটীৰ ৰেষ্টুৰেন্ট ‘পিয়াজ্জা’, লাভ কৰিলে বেষ্ট ইটালিয়েন ৰেষ্টুৰেন্ট অৱ দ্য ইয়েৰ-ইষ্ট বঁটা...  •  চিবিআইৰ জিম্মাত পি চিদাম্বৰাম, প্ৰতিক্ৰিয়া ব্যক্ত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীৰ...

ভয়ংকৰ পথ দুৰ্ঘটনাত ৯ জনৰ মৃত্যু…

281
  • তামিলনাডুৰ বিল্লুপুৰমত ভয়ংকৰ দুৰ্ঘটনা।
  • বিল্লুপুৰমৰ কল্লাকুৰিচী-চলেম ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা।
  • এখন ট্ৰাক আৰু এখন বাছৰ মাজত সংঘটিত হয় সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতানে নিহত ৯ জন লোক।
  • জানিব পৰা মতে, ট্ৰাকখনৰ ভিতৰত আছিল মুঠ ১১ জন লোক।
  • ট্ৰাক খনৰ ভিতৰত থকা ৭ জন ঝাৰখণ্ডৰ নিৱাসী আছিল।
  • এটা টাৱাৰ নিৰ্মাণত মজদুৰ হিচাপে নিয়োজিত আছিল আটাইকেইজন।
  • দুৰ্ঘটনাক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি