দ’ খাৱৈত বাগৰিল স্কুল বাছ, গুৰুতৰভাৱে আহত ২০ ছাত্ৰ-ছাত্ৰী…

দ’ খাৱৈত বাগৰিল স্কুল বাছ, গুৰুতৰভাৱে আহত ২০ ছাত্ৰ-ছাত্ৰী…
  • তামিলনাডুৰ মাডুৰাই ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিয়ন্ত্ৰণহীন হৈ দ' খাৱৈত বাগৰিল এখন স্কুল বাছ।
  • এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২০জনকৈ ছাত্ৰ-ছাত্ৰী।
  • ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে উদ্ধাৰ কৰে শিক্ষাৰ্থী কেইজনক।
  • আহত ছাত্ৰ-ছাত্ৰী কেইজনক ভৰ্তি কৰা হৈছে মাডুৰাই ৰাজাজী চৰকাৰী চিকিৎসালয়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in