শেহতীয়া খবৰ
নগাঁৱৰ মথাউৰি নিৰ্মাণৰ নামত কেলেংকাৰী...  •  মানকাচৰৰ কাকৰিপাৰাত ট্ৰেক্টৰৰ খুন্দাত নিহত কিশোৰ  •  ২০২১ত বিজেপিক পৰাভূত কৰিব লাগিব, গঢ়িব লাগিব বিকল্প শক্তিঃ পুনৰ ১২ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণৰ পিছতে আৰু কি ক'লে অখিল গগৈয়ে, VIDEO  •  ৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই  •  শ্বিলঙৰ কিশোৰীৰ উদ্ভাৱনী সামৰ্থক লৈ স্তভিত দেশবাসীঃ কেন্দ্ৰীয় মন্ত্ৰীয়ে সন্মানিত কৰিলে মেইদাইবাহুন মাজাঅ'ক...  •  ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো...  •  দিল্লীত উত্তেজনা অব্যাহতঃ মেজপুৰত গুলীচালনাৰ পিছতে ঘটনাস্থলীৰ পৰা পলায়ন ডিচিপিৰ, পুনৰ আহত ৬ জন  •  দিল্লীৰ বিদ্যালয়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী মেলানীয়া ট্ৰাম্প, VIDEO  •  দিল্লীত অসহায় কেজৰিৱাল...  •  মনত আছিল ভুল ধাৰণাঃ ড'নাল্ড টাম্পে ভাৱি আছিল তাজমহল নিৰ্মাণ কৰিছিল....

ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড সন্দৰ্ভত গোচৰ ৰুজু…

394
  • মহৰমৰ তাজিয়াৰ সময়ত ডিব্ৰুগড়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ গোচৰ ৰুজু।
  • ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।
  • পৃথ পাল সিঙ নামৰ এগৰাকী লোকৰ এজাহাৰৰ পিছতে ৰুজু কৰা হৈছে গোচৰ।
  • বৰ্তমানৰ লৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই এজনো লোকক।
  • ডিব্ৰুগড় আৰক্ষী থানাত ১৫২৩/১৯ নম্বৰত ৰুজু হৈছে গোচৰ।
  • ভাৰতীয় দণ্ডবিধি আইনৰ ৪৩১/৪২৭ ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
  • ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ মহৰমৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।
  • একাংশ উদণ্ড যুৱকে তাজিয়াত অংশ লোৱাৰ নামত চহৰখনৰ ৰাজপথত ৰখাই থোৱা যান-বাহনৰ অনিষ্ট কৰাৰ লগতে হাতত মাৰণাস্ত্ৰ লৈ মুকলিকৈ এই তাজিয়া সমদলত অংশ লৈছিল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি