ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড সন্দৰ্ভত গোচৰ ৰুজু…

ডিব্ৰুগড়ৰ তাজিয়া কাণ্ড সন্দৰ্ভত গোচৰ ৰুজু…
  • মহৰমৰ তাজিয়াৰ সময়ত ডিব্ৰুগড়ত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ গোচৰ ৰুজু।
  • ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হৈছে গোচৰ।
  • পৃথ পাল সিঙ নামৰ এগৰাকী লোকৰ এজাহাৰৰ পিছতে ৰুজু কৰা হৈছে গোচৰ।
  • বৰ্তমানৰ লৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই এজনো লোকক।
  • ডিব্ৰুগড় আৰক্ষী থানাত ১৫২৩/১৯ নম্বৰত ৰুজু হৈছে গোচৰ।
  • ভাৰতীয় দণ্ডবিধি আইনৰ ৪৩১/৪২৭ ধাৰাত ৰুজু কৰা হৈছে গোচৰ।
  • ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ মহৰমৰ সময়তে এই ঘটনা সংঘটিত হৈছিল।
  • একাংশ উদণ্ড যুৱকে তাজিয়াত অংশ লোৱাৰ নামত চহৰখনৰ ৰাজপথত ৰখাই থোৱা যান-বাহনৰ অনিষ্ট কৰাৰ লগতে হাতত মাৰণাস্ত্ৰ লৈ মুকলিকৈ এই তাজিয়া সমদলত অংশ লৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in