শেহতীয়া খবৰ
আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদকেৰে উজলিল থুনলাই নাৰ্জাৰী...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  যুৱ লেখক, প্ৰবক্তা দুৰ্লভ বৰাৰ সাফল্য...  •  বঙাইগাঁও-গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে বন্ধ কৰি দিলে গধূৰ যান-বাহনৰ চলাচল...  •  কংগ্ৰেছলৈ উভতি আহিছে বিধায়ক ৰামালিংগা ৰেড্ডী  •  বৃহস্পতিবাৰে বিধানসভাত বিশ্বাস ভোটত অবতীৰ্ণ হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীঃ বিসম্বাদী বিধায়কক দলৰ বিৰুদ্ধে নাযাবলৈ সকিয়নী  •  অভয়াপুৰী মালেগড়ত পানীৰ সোঁতে উটুৱাই নিলে এজনক  •  শিলচৰ চিকিৎসা মহাবিদ্যালয়ত পুনৰ সক্ৰিয় দালাল চক্ৰ , দুদিনৰ ভিতৰত ২ বাৰ ৰক্তদান কৰি গ্ৰেপ্তাৰ দালাল...  •  বান-গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে নতুনকৈ ৩০ কোটি টকাৰ আচঁনি ঘোষণা, চামগুৰিৰ লাওখোৱাত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত...

৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ক’ত…

731
  • ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল টাইৱান।
  • স্থানীয় সময় মতে, দুপৰীয়া ১.০১ বজাত অনুভূত হৈছিল ভূমিকম্প।
  • ভূমিকম্পত কিমান ক্ষয়ক্ষতি হৈছে সেই বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।
  • দেশখনৰ ৰাজধানী চহৰ টাইপেত কেইবাটাও অট্টালিকাৰ ক্ষয়ক্ষতি হৈছে।
  • ৰাস্তাৰ মাজত বহল ফাঁট দেখিবলৈ পোৱা গৈছে হুৱালিয়েন চহৰত।

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি