৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ক’ত…

৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ’ল ক’ত…
  • ৬.১ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰি গ'ল টাইৱান।
  • স্থানীয় সময় মতে, দুপৰীয়া ১.০১ বজাত অনুভূত হৈছিল ভূমিকম্প।
  • ভূমিকম্পত কিমান ক্ষয়ক্ষতি হৈছে সেই বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।
  • দেশখনৰ ৰাজধানী চহৰ টাইপেত কেইবাটাও অট্টালিকাৰ ক্ষয়ক্ষতি হৈছে।
  • ৰাস্তাৰ মাজত বহল ফাঁট দেখিবলৈ পোৱা গৈছে হুৱালিয়েন চহৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in