0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
সুদক্ষ প্ৰশাসনিক বিষয়া মৃদুল কুমাৰ মহন্তৰ দেহাৱসান। বুধবাৰে এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সুদক্ষ বিষয়াগৰাকীৰ মৃত্যুৰ খবৰে শোকৰ ছাঁ পেলাইছে। ১৯৬৬চনত চানমাৰিৰ মিলনপুৰত জন্মগ্ৰহণ কৰা প্ৰয়াত মহন্ত কাৰ্বি আংলঙৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে লেবাৰ ৱেলফেয়াৰ বৰ্ডৰো সচিব পদতো কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান আসাম বৰ্ড অৱ ৰেভিনিউৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মহন্তৰ চাকৰি জীৱন আৰু দুবছৰ কাল বাকী আছিল।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব