0
By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.
Don’t have an account? Signup
Powered by :
শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত শলগুৰিত চোৰৰ উপদ্ৰৱ। শলগুৰিৰ ২ নং ৱাৰ্ডৰ নিৱাসী নলিনী বৰুৱাৰ বাসগৃহত মঙলবাৰে দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় চুৰি ঘটনা। এই চুৰি ঘটনাৰ সৈতে জড়িত এগৰাকী মহিলাক নলিনী বৰুৱাই কৰায়ত্ত কৰে।
এইপ্ৰবন্ধটোশ্বেয়াকৰক
যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব