‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং, অতি শীঘ্ৰেই আহিব কেজৰিৱাল
GMCৰ পিছত এইবাৰ ‘আপ’ৰ লক্ষ্য কাৰ্বি আংলং।কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত প্রতিদ্বন্দ্বিতা আপৰ।২৬টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব আপে।শিলচৰৰ চাহ বাগিচা উচ্ছেদৰ বিৰোধিতা আপৰ।শীঘ্রেই অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।অৱশ্যে এতিয়াও!-->…
আৰু পঢ়ক...
আৰু পঢ়ক...