তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা…

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ ঘোষণা…
  • ঘোষণা হ'ল তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ তাৰিখ।
  • এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ২৫ নবেম্বৰ, ২০২০।
  • মনোনয়নৰ তথ্যপাতি সমূহ পৰীক্ষা কৰাৰ অন্তিম তাৰিখ ২৬ নবেম্বৰ।
  • প্ৰাৰ্থীসকলৰ নামৰ তালিকা ঘোষণা কৰা হ'ব ২৮ নবেম্বৰত।
  • ভোটগ্ৰহণৰ সময় ১৭ ডিচেম্বৰৰ পুৱা ৭.৩০ বজাৰ পৰা সন্ধিয়া ৪.৩০ বজালৈ।
  • প্ৰয়োজন হ'লে পুনৰ ভোটগ্ৰহণ কৰা হ'ব ১৮ ডিচেম্বৰত।
  • ভোটগণনা পৰ্ব ১৯ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in