আজি বিৰাট বৰণেৰে বৰ্ষাপাৰাত বছৰৰ প্ৰথমখন টি-২০ খেলিব ভাৰতে…

আজি বিৰাট বৰণেৰে বৰ্ষাপাৰাত বছৰৰ প্ৰথমখন টি-২০ খেলিব ভাৰতে…
  • দেওবাৰে বিৰাট বৰণেৰে বৰ্ষাপাৰাত বছৰৰ প্ৰথমখন টি-২০ খেলিব ভাৰতে।
  • ভাৰত আৰু শ্ৰীলংকাৰ মাজত টি–২০ মেচখন সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত হ'ব।
  • এইখন হব শৃংখলাৰ প্ৰথমখন মেচ।
  • বিয়লি ৪ বজাৰ পৰা খুলি দিয়া হ'ব ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰ।
  • মেচখনক লৈ গুৱাহাটীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।
  • খেল যাবলৈ যোৱা দৰ্শকে লগত নিব পাৰিব ম'বাইল, গাড়ীৰ ছাবি আৰু মানীবেগ।
  • তাৰ বিপৰীতে ষ্টেডিয়ামৰ ভিতৰলৈ নিব নোৱাৰিব কোনো পোষ্টাৰ, জাতীয় পতাকা, চাৰি–ছয় লিখা প্লেকাৰ্ড।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in