শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

টি জি বৰুৱা টি-২০ত শনিবাৰে ‘অসমীয়া প্ৰতিদিন’ৰ খেল

314

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হৈ আছে টি জি বৰুৱা মেম’ৰিয়েল মিডিয়া টি-২০ টুৰ্ণামেন্ট-২০১৯। ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ খেলসমূহ অনুষ্ঠিত হৈ গৈছে।

২০১৮ বৰ্ষৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা ‘অসমীয়া প্ৰতিদিন’-এ শনিবাৰে প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত ‘আছাম টকছ’ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।

এই প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল পুৱা ৯ বজাৰ পৰা আৰু দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ’ব ‘জি এল পাব্লিকেছন’ আৰু ‘জি প্লাছ’ৰ মাজত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি