টি জি বৰুৱা টি-২০ত শনিবাৰে ‘অসমীয়া প্ৰতিদিন’ৰ খেল

২০১৮ বৰ্ষত এই প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা ‘অসমীয়া প্ৰতিদিন’ৰ দলটি
২০১৮ বৰ্ষত এই প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা ‘অসমীয়া প্ৰতিদিন’ৰ দলটি

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী জজ খেলপথাৰত অনুষ্ঠিত হৈ আছে টি জি বৰুৱা মেম'ৰিয়েল মিডিয়া টি-২০ টুৰ্ণামেন্ট-২০১৯। ইতিমধ্যে প্ৰি কোৱাৰ্টাৰ খেলসমূহ অনুষ্ঠিত হৈ গৈছে।

২০১৮ বৰ্ষৰ চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰা 'অসমীয়া প্ৰতিদিন'-এ শনিবাৰে প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত 'আছাম টকছ'ৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

এই প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল পুৱা ৯ বজাৰ পৰা আৰু দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল দুপৰীয়া ১২ বজাত অনুষ্ঠিত হ'ব 'জি এল পাব্লিকেছন' আৰু 'জি প্লাছ'ৰ মাজত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in