শেহতীয়া খবৰ
চিলাপথাৰ-জোনাইত বানত বিধ্বস্ত বিদ্যুৎ সংযোগী খুটা, ব্যাহত বিদ্যুৎ সেৱা...  •  নৱেম্বৰত শুভাৰম্ভ হ’ব লখিমপুৰ মেডিকেল কলেজৰ, স্বাস্থ্য শিক্ষা আৰম্ভ কৰিবলৈ প্ৰস্তুতি তুংগত...  •  কোৰোনা বিৰোধী যুঁজত দেশৰ কিমানগৰাকী চিকিৎসকে হেৰুৱালে প্ৰাণ...  •  সদৌ অসম মাদ্ৰাছা ছাত্ৰ সন্থাৰ সংবাদমেল...  •  দেশৰ ৫০টা ৰেল ষ্টেচন ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ বাবে ৰেল মন্ত্ৰণালয়ৰ প্ৰস্তুতি...  •  আধাৰ কেন্দ্ৰত কোভিডৰ প্ৰট'কল ভংগঃ নাই সামাজিক দুৰত্ব, নাই মাস্ক...  •  জম্মু-কাশ্মীৰত চলোৱা অভিযানৰ বাবে দোষী ভাৰতীয় সেনা জোৱান! তদন্তৰ নিৰ্দেশ...  •  দৰঙত জাৰি ১৪৪ ধাৰা...  •  ঝাৰখণ্ডত আৰক্ষী-প্ৰতিবাদকাৰীৰ সংঘৰ্ষ, VIDEO  •  ধেমাজি জলসম্পদ বিভাগৰ গাফিলতি বাবেই ছিগিল ৰতুৱা মথাউৰি!...

২০২১ত ভাৰতত অনুষ্ঠিত হ’ব টি-২০ ৱৰ্ল্ড কাপ…

325

ডিজিটেল ডেস্কঃ ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল খবৰ। অহা বছৰত ভাৰতত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ । ২০২১ বৰ্ষত পূৰ্ব নিৰ্ধাৰিত সময়মতই অনুষ্ঠিত হ’ব ক্ৰিকেটৰ এই মহাৰণ। আই চি চিয়ে সদৰি কৰিলে এই কথা।

এক প্ৰেছ বিজ্ঞপ্তি যোগে আই চি চিয়ে জানিবলৈ দিয়া মতে কোৰোনা ভাইৰাছৰ বাবে স্থগিত হোৱা ২০২০ বৰ্ষৰ টি-২০ বিশ্বকাপ এতিয়া ২০২২ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব।

ভাৰতত টি-২০ বিশ্বকাপ ২০২১ৰ পূৰ্ব নিৰ্ধাৰিত সময়সূচী মতেই অনুষ্ঠিত হ’ব। উল্লেখ্য যে ২০২১ চনত নিউজিলেণ্ডত অনুষ্ঠিত হ’ব লগা মহিলাৰ বিশ্বকাপ ক্ৰিকেট কোৰোনা ভাইৰাছৰ বাবে ২০২২ চনৰ মাৰ্চলৈ স্থগিত কৰা হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি