শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ ফাইনেলত জয়ী হ’ল অষ্ট্ৰেলিয়া…

  • টি-২০ বিশ্বকাপ ২০২১ৰ মহাৰণত জয়ী হ’ল অষ্ট্ৰেলিয়াই
  • নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল’লে অষ্ট্ৰেলিয়াই।
  • নিউজিলেণ্ডে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য ভেদি বিশ্বকাপৰ খিতাপ নিজৰ নামত কৰিলে কাংগাৰু বাহিনীয়ে।
  • মেচ খনত প্ৰথমে বেটিং কৰি ১৭২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে।
  • কিন্তু নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্যত উপনীত হ’ল অষ্ট্ৰেলিয়া।
  • প্রথমবাৰলৈ টি-২০ বিশ্বকাপৰ মহাবিজয়ী হ’ল অষ্ট্ৰেলিয়া ক্ৰিকেট দল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি