টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ ফাইনেলত জয়ী হ’ল অষ্ট্ৰেলিয়া…

টি-২০ বিশ্বকাপত প্ৰথমবাৰলৈ ফাইনেলত জয়ী হ’ল অষ্ট্ৰেলিয়া…
  • টি-২০ বিশ্বকাপ ২০২১ৰ মহাৰণত জয়ী হ'ল অষ্ট্ৰেলিয়াই
  • নিউজিলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী হাতত তুলি ল'লে অষ্ট্ৰেলিয়াই।
  • নিউজিলেণ্ডে বান্ধি দিয়া ১৭৩ ৰানৰ লক্ষ্য ভেদি বিশ্বকাপৰ খিতাপ নিজৰ নামত কৰিলে কাংগাৰু বাহিনীয়ে।
  • মেচ খনত প্ৰথমে বেটিং কৰি ১৭২ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডে।
  • কিন্তু নিউজিলেণ্ডে বান্ধি দিয়া লক্ষ্যত উপনীত হ'ল অষ্ট্ৰেলিয়া।
  • প্রথমবাৰলৈ টি-২০ বিশ্বকাপৰ মহাবিজয়ী হ'ল অষ্ট্ৰেলিয়া ক্ৰিকেট দল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in