টি-২০ বিশ্বকাপ ফাইনেলঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য বান্ধি দিলে নিউজিলেণ্ডে…

টি-২০ বিশ্বকাপ ফাইনেলঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য বান্ধি দিলে নিউজিলেণ্ডে…
  • টি-২০ বিশ্বকাপ ফাইনেলত নিউজিলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া।
  • প্রথমে বেটিং কৰি নিউজিলেণ্ডে ২০ অভাৰত সংগ্ৰহ কৰে ১৭২ ৰান।
  • নিউজিলেণ্ডে ৪টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিয়ে ১৭৩ ৰানৰ লক্ষ্য।
  • নিউজিলেণ্ডৰ অধিনায়ক কেনী উলিয়ামছনে দলটোৰ ভিতৰত সৰ্বাধিক ৮৫ ৰান সংগ্ৰহ কৰে।
  • ৪৮ টা বলত ৮৫ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডৰ খেলুৱৈগৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in