শেহতীয়া খবৰ
এতিয়াও সন্ধানহীন কলিয়াভোমোৰা দলঙত দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকৰ হেণ্ডিমেন...  •  বাক্সাৰ খাগ্ৰাবাৰীত ভালুক উদ্ধাৰ...  •  দুটা পকা অমিতাৰ ওজন ৬ কেজি ১০০গ্ৰামঃ শিক্ষিত যুৱ খেতিয়কে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...  •  হু ইজ প্ৰদীপ দত্ত ৰায়?  •  কৃষি খণ্ডৰ বিকাশৰ বাবে কৃষকৰ মাজত উন্নত মানৰ আলুৰ বীজ বিতৰন...  •  কৃষি মন্ত্ৰী অতুল বৰাৰ সমষ্টিত জীপাল কৃষক-শ্ৰমিক সংঘৰ অৱস্থান ধৰ্মঘট..  •  মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অগ্নিকাণ্ড...  •  ২৫৩ বছৰে অুষ্ঠিত হৈ আহিছে ন-লগোৱা উৎসৱঃ ১০-১১ আঘোণতো পৰম্পৰা ৰক্ষা কৰি অনুষ্ঠিত হ'ব এই উৎসৱ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...  •  ১১৮ বছৰীয়া শিক্ষানুষ্ঠানৰ উচুপনি শুনে কোনে? খালী হৈ আছে ৩৩ টা পদ, ছাত্ৰ-ছাত্ৰীৰ ছান্দা তুলি ভাড়াতীয়া শিক্ষকৰ জৰিয়তে পাঠগ্ৰহণ...

টি-২০ বিশ্বকাপ ফাইনেলঃ অষ্ট্ৰেলিয়াৰ সন্মুখত ১৭৩ ৰানৰ লক্ষ্য বান্ধি দিলে নিউজিলেণ্ডে…

  • টি-২০ বিশ্বকাপ ফাইনেলত নিউজিলেণ্ডৰ সন্মুখত অষ্ট্ৰেলিয়া।
  • প্রথমে বেটিং কৰি নিউজিলেণ্ডে ২০ অভাৰত সংগ্ৰহ কৰে ১৭২ ৰান।
  • নিউজিলেণ্ডে ৪টা উইকেট হেৰুৱাই অষ্ট্ৰেলিয়াৰ সন্মুখত বান্ধি দিয়ে ১৭৩ ৰানৰ লক্ষ্য।
  • নিউজিলেণ্ডৰ অধিনায়ক কেনী উলিয়ামছনে দলটোৰ ভিতৰত সৰ্বাধিক ৮৫ ৰান সংগ্ৰহ কৰে।
  • ৪৮ টা বলত ৮৫ ৰান সংগ্ৰহ কৰে নিউজিলেণ্ডৰ খেলুৱৈগৰাকীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি