শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

আই চি চি টি-২০ মহিলা বিশ্বকাপৰ ফাইনেলঃ টছত জিকিল অষ্ট্ৰেলিয়া…

190
  • আই চি চি টি-২০ মহিলা বিশ্বকাপৰ ফাইনেল মেচ আৰম্ভ হ’ব ১২.৩০ বজাৰ পৰা।
  • ইতিমধ্যে সম্পন্ন হোৱা টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ।
  • মেলবৰ্ণত অনুষ্ঠিত হৈছে এই ফাইনেল মেচ।
  • চলিত বিশ্বকাপত যথেষ্ট সুন্দৰ ফৰ্মত থকা টীম ইণ্ডিয়াৰ আত্মবিশ্বাসেৰে নামিব খেলপথাৰত।
  • ভাৰতো প্ৰথম বাৰৰ বাবে উপনীত হৈছে আই চি চি চি-২০ মহিলা বিশ্বকাপৰ ফাইনেল মেচত।
  • ইফালে ৪ বাৰকৈ খিতাপ অৰ্জন কৰা অষ্ট্ৰেলিয়াই পঞ্চমবাৰৰ বাবে খিতাপ দখলৰ বাবে নামিব ফিল্ডত।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি