আই চি চি টি-২০ মহিলা বিশ্বকাপৰ ফাইনেলঃ টছত জিকিল অষ্ট্ৰেলিয়া…

আই চি চি টি-২০ মহিলা বিশ্বকাপৰ ফাইনেলঃ টছত জিকিল অষ্ট্ৰেলিয়া…
  • আই চি চি টি-২০ মহিলা বিশ্বকাপৰ ফাইনেল মেচ আৰম্ভ হ'ব ১২.৩০ বজাৰ পৰা।
  • ইতিমধ্যে সম্পন্ন হোৱা টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ।
  • মেলবৰ্ণত অনুষ্ঠিত হৈছে এই ফাইনেল মেচ।
  • চলিত বিশ্বকাপত যথেষ্ট সুন্দৰ ফৰ্মত থকা টীম ইণ্ডিয়াৰ আত্মবিশ্বাসেৰে নামিব খেলপথাৰত।
  • ভাৰতো প্ৰথম বাৰৰ বাবে উপনীত হৈছে আই চি চি চি-২০ মহিলা বিশ্বকাপৰ ফাইনেল মেচত।
  • ইফালে ৪ বাৰকৈ খিতাপ অৰ্জন কৰা অষ্ট্ৰেলিয়াই পঞ্চমবাৰৰ বাবে খিতাপ দখলৰ বাবে নামিব ফিল্ডত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in