অষ্ট্ৰেলিয়া vs ভাৰতঃ দিনৰ ১.৪০ বজাত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ…

ফাইল ফটো
ফাইল ফটো
  • দেওবাৰে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ দ্বিতীয়খন টি-২০ শৃংখলাৰ মেচ।
  • দিনৰ ১.৪০ বজাত অনুষ্ঠিত হ'ব এই মেচখন।
  • চিডনীৰ ষ্টেডিয়ামত দুয়োটা দলৰ মাজত এই মেচখন খেলা হ'ব।
  • উল্লেখ্য যে, এই শৃংখলাৰ প্রথমখন মেচত জয়ী হৈছিল ভাৰত।
  • মেচখনত ১১ ৰানৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in