শেহতীয়া খবৰ
বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...  •  পুনেৰ চিৰাম ইনষ্টিটিউটৰ নিৰ্মাণৰত অট্টালিকাত অগ্নিকাণ্ড, নিহত পাঁচ গৰাকী...  •  ছয়গাঁৱৰ গৰৈমাৰীত তীৰখেলত ব্যৱহৃত সামগ্ৰী, নগদ ধনসহ আটক ২ জন...  •  পত্নীৰ সন্মুখতে লাঠীৰে কোৱাই কোৱাই হত্যা কৰিলে স্বামীক, আহত কেইবাজনো...  •  নগাঁও জিলাৰ চমুৱাগাঁওত ঋণগ্ৰস্ত কৃষিজীৱি আৰু শ্ৰমজীৱি মহিলাৰ অভিবৰ্তন...  •  ২৩-২৪ জানুৱাৰীত বিহপুৰীয়াত অসম বিজ্ঞান সমিতিৰ ৫৩ সংখ্যক অধিৱেশন...  •  অতীন দাসলৈ আগবঢ়োৱা হৈছে 'গণৰাজ্য দিৱস সাংবাদিকতা বঁটা ২০২১'...

অষ্ট্ৰেলিয়া vs ভাৰতঃ দিনৰ ১.৪০ বজাত টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ…

219
  • দেওবাৰে অষ্ট্ৰেলিয়া আৰু ভাৰতৰ দ্বিতীয়খন টি-২০ শৃংখলাৰ মেচ।
  • দিনৰ ১.৪০ বজাত অনুষ্ঠিত হ’ব এই মেচখন।
  • চিডনীৰ ষ্টেডিয়ামত দুয়োটা দলৰ মাজত এই মেচখন খেলা হ’ব।
  • উল্লেখ্য যে, এই শৃংখলাৰ প্রথমখন মেচত জয়ী হৈছিল ভাৰত।
  • মেচখনত ১১ ৰানৰ ব্যৱধানত ভাৰতৰ হাতত পৰাস্ত হৈছিল অষ্ট্ৰেলিয়া।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি