অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়া, দৰা কোন!…

অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়া, দৰা কোন!…

ডিজিটেল সংবাদ, গুৱাহাটীঃ যুগ্মজীৱনৰ পাতনি মেলি বৃহস্পতিবাৰে বিবাহ পাশত আৱদ্ধ হল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা । মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ত মাংগলিক ৰীতি নীতিৰে নৌসেনা বাহিনীৰ কেপ্টেইন সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত বহে অভিনেত্ৰীগৰাকী।

উল্লেখ্য যে কলকাতাৰ বাসিন্দা সুপ্ৰতিম দাস। এই বিবাহ কাৰ্যত অভিনেত্ৰীগৰাকীৰ উপস্থিত থাকে অভিনেত্ৰী অনান্য পাচনিকে ধৰি শিল্পী সকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in