শেহতীয়া খবৰ
দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন  •  আই বি বিষয়া অংকিত শৰ্মাৰ হত্যাৰ গোচৰত তাহিৰ হুছেইনক আপৰ পৰা বহিষ্কাৰ...

অভিনেত্ৰী শ্যামন্তিকা শৰ্মাৰ বিয়া, দৰা কোন!…

2,328

ডিজিটেল সংবাদ, গুৱাহাটীঃ যুগ্মজীৱনৰ পাতনি মেলি বৃহস্পতিবাৰে বিবাহ পাশত আৱদ্ধ হল জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা । মহানগৰীৰ শুক্ৰেশ্বৰ দেৱালয়ত মাংগলিক ৰীতি নীতিৰে নৌসেনা বাহিনীৰ কেপ্টেইন সুপ্ৰতিম দাসৰ সৈতে বিবাহপাশত বহে অভিনেত্ৰীগৰাকী।

উল্লেখ্য যে কলকাতাৰ বাসিন্দা সুপ্ৰতিম দাস। এই বিবাহ কাৰ্যত অভিনেত্ৰীগৰাকীৰ উপস্থিত থাকে অভিনেত্ৰী অনান্য পাচনিকে ধৰি শিল্পী সকল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি