গোলাঘাটত ছোৱাইন ফ্লুৰ আতংক

গোলাঘাটত ছোৱাইন ফ্লুৰ আতংক
  • গোলাঘাটৰ চিংফুৰা গাঁৱত ছোৱাইন ফ্লুৰ প্রাদুৰ্ভাৱ।
  • ছোৱাইন ফ্লুৰ আক্রান্ত হৈ ১০টা গাহৰিৰ মৃত্যু।
  • কিছুদিন পূৰ্বে বৰকছাৰীত মৃত্যু হৈছিল শতাধিক গাহৰিৰ।
  • উদ্বিগ্ন হৈ পৰিছে অঞ্চলটোৰ পশুপালক সকল.।
  • বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in