৩ আগষ্টতহে ঘোষণা হ’ব শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তিৰ ম্যাদ

৩ আগষ্টতহে ঘোষণা হ’ব শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তিৰ ম্যাদ
  • বৃহস্পতিবাৰে ঘোষণা নহ'ল শ্বেতা আগৰৱাল হত্যাকাণ্ডৰ দোষীৰ শাস্তিৰ ম্যাদ।
  • কাৰিকৰী কাৰণত ঘোষণা নহ'ল শাস্তিৰ ম্যাদ।
  • ৩ আগষ্টত শাস্তিৰ ম্যাদ ঘোষণা কৰা হ'ব।
  • পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ'ব এই ম্যাদ।
  • কামৰূপ মহানগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ঘোষণা কৰিব শাস্তি।
  • উল্লেখ্য যে, হত্যাত অভিযুক্ত আছিল শ্বেতাৰ প্ৰেমিক গোবিন্দ সিংঘাল, গোবিন্দৰ মাতৃ আৰু ভগ্নী।
  • ২০১৭ চনৰ ৪ ডিচেম্বৰত এই ঘটনা সংঘটিত হৈছিল।
  • প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল শ্বেতা আগৰৱালক।
  • গোবিন্দই নিজ ঘৰতে হত্যা কৰিছিল শ্বেতাক।
  • দোষীক ফাঁচীৰ দাবী পৰিয়ালৰ লোকৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in