নুমলীগড়ত কণ কণ শিশুৰ স্বচ্চ ভাৰত অভিযান

নুমলীগড়ত কণ কণ শিশুৰ স্বচ্চ ভাৰত অভিযান

ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড়ৰ ৰম ঔগুৰিৰ খ্ৰীষ্টীয়ান মণ্ডলীৰ উদ্যোগত উদযাপন কৰিবলৈ লোৱা হৈছে পবিত্ৰ বৰদিন তথা নৱবৰ্ষ আদৰণি অনুষ্ঠান।

তদুপলক্ষে বুধবাৰে ঔগুৰিত কণ কণ শিশুসকলৰ দ্বাৰা এক সংস্কৃতিমূলক কাৰ্যসূচী ৰূপায়ন কৰা হয়। শিশুসকলে হাতে হাতে ঝাড়ু আৰুি বেনাৰ লৈ ওলাই আহি স্বচ্চ ভাৰত অভিযান কায্যসূচী ৰূপায়ন কৰে। শিশুসকলৰ এনে উৎসাহী কাৰ্যৰ সকলোৱে শলাগ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in