শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ক লৈ অভিনেত্ৰী স্বৰা ভাস্কৰৰ টুইট…

769

ডিজিটেল ডেস্কঃ দিল্লীৰ জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল। আৰু তাৰপাছতেই জে এন ইউৰ হোষ্টেলৰ মাচুল হ্ৰাস কৰা হৈছিল। আৰু তাৰ মাজতে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বলিউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে।

স্বৰা ভাস্কৰে টুইটাৰত এই সন্দৰ্ভত লিখে- ‘জেএনইউৱে সেই শিক্ষাৰ্থীৰ জীৱন সলনি কৰি দিয়ে যিসকলে বহুতো বাধা নেওচি এই বিশ্ববিদ্যালয়খনলৈ আহে। জে এন ইউ এই বাবে বিশেষ কাৰণ এই শিক্ষানুষ্ঠানখনে শিক্ষাক কেৱল কেইজনমান নিৰ্ধাৰিত লোকৰ অধিকাৰ বুলি নাভাবে। শিক্ষা হৈছে সকলোৰে জন্মগত অধিকাৰ।’

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি