শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

দৰাৰ বয়স ২৭ আৰু কইনাৰ বয়স ৪৩, বলিউদত আকৌ ওলাল বিয়া…

9,584

ডিজিটেল  ডেস্কঃ বিগত বৰ্ষৰ পৰা বলিউদত যেন বিয়াৰ উজান উঠিছে। ইখনৰ পাছত সিখন বিয়া। দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক অৱসান ঘটাই কেইবাটাও প্ৰেমিক যুগলে আৰম্ভ কৰিছে সাংসাৰিক জীৱন।

Image result for deepika padukone ranveer singh priyanka chopra and nick jonas

যোৱা বৰ্ষত দীপিকা-ৰণবীৰ, প্ৰিয়ংকা-নিকৰ লগতে বলিউদৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীয়ে পাতনি মেলিলে যুগ্ম জীৱনৰ। এতিয়াও বহুকেইখন বিয়া সম্পন্ন হোৱাৰ পথত। ইয়াৰ ভিতৰতে চৰ্চাত আছে অৰ্জুন-মলাইকাৰ বিয়াখন। এপ্ৰিল মাহতে তেওলোকৰ বিয়াখন হোৱাৰ কথা আছিল যদিও শেহতীয়াকৈ অৰ্জুন কাপুৰে এই বিয়াৰ বাবে আৰু কিছুদিনৰ আৱশ্যক হ’ব বুলি জানিবলৈ দিছে।

sushmita sen

ৰণবীৰ-মলাইকাৰ বাদেও গোপনে বিয়াৰ দিশে আগবাঢ়িছে আন এগৰাকী অভিনেত্ৰী। নাম সুস্মিতা সেন। কিছুদিনৰ পূৰ্বে সুস্মিতাই বয়ফেণ্ড ৰহমান ছাউলৰ সৈতে থকা সম্পৰ্ক ৰাজহুৱা কৰিছিল। খবৰ অনুসৰি বহুদিনৰ ধৰি একেলেগেই আছে সু্স্মিতা আৰু ৰহমান। খবৰ আহিছে যে, অচিৰেই হ’ব সুস্মিতা-ৰহমানৰ বিয়া। খবৰ অনুসৰি, ইতিমধ্যে সম্পন্ন হৈছে সুস্মিতা-ৰহমানৰ আঙুঠি পিন্ধোৱা পৰ্ব।

sushmita sen

ছচিয়েল মিডিয়াতো এই বিষয়ক লৈ এতিয়া ব্যাপক চৰ্চা। ছচিয়েল মিডিয়া যোগে বহু অনুৰাগীয়ে সুস্মিতাক অনুৰোধ কৰিছে যে, বিয়াক লৈ হোৱা চৰ্চাক লৈ মুখ খোলক সুস্মিতাই। উল্লেখ্য যে, সুস্মিতা হৈছে ২ সন্তানৰ মাতৃ। আনহাতে ৰহমান হৈছে সুস্মিতাকৈ ১৬ বছৰ সৰু।

sushmita sen

 

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি