বিধানসভা ভৱন ভাঙি দিয়াৰ হুংকাৰ সাংসদ সুস্মিতা দেৱৰ

বিধানসভা ভৱন ভাঙি দিয়াৰ হুংকাৰ সাংসদ সুস্মিতা দেৱৰ
  • শিলচৰৰ সাংসদ সুস্মিতা দেৱৰ হুংকাৰ।
  • বিধানসভাত সোমাই বিধানসভা ভৱন ভাঙি দিয়াৰ হুংকাৰ দিলে সাংসদগৰাকীয়ে।
  • 'এন আৰ চিৰ চূড়ান্ত খচৰাত বাদ পৰা ৪০ লাখ নাগৰিকৰ নাম অন্তৰ্ভুক্ত নকৰিলে পৰিস্থিতি বিষম কৰি তুলিম।'
  • এই মন্তব্য শিলচৰৰ সাংসদ গৰাকীৰ।
  • ২০১৪ চনৰ লোকসভা নিৰ্বাচনত অসমৰ ১২৬টা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰা ভোটাৰে নাগৰিকত্ব পাবই লাগিব বুলিও দাবী সুস্মিতা দেৱৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in