দেশবাসীক নিৰাশ কৰিলে সুশীল কুমাৰে, কোৱাৰ্টাৰত টোমৰ

দেশবাসীক নিৰাশ কৰিলে সুশীল কুমাৰে, কোৱাৰ্টাৰত টোমৰ
  • কুস্তীত প্ৰথম ৰাউণ্ডতে পৰাস্ত সুশীল কুমাৰ।
  • জাকাৰ্টৰ এছিয়ান গেমছত নিৰাশজনক প্ৰদৰ্শন সুশীলৰ।
  • ৭৮কেজি ফ্ৰী ষ্টাইল শাখাত খেলিছিল সুশীলে।
  • তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল বাহৰিনৰ আদাম বাটিৰোভ।
  • ৩-৫ ব্যৱধানত পৰাস্ত সুশীল।
  • ৫৭ কি.গ্ৰা. শাখাত ভাৰতৰ মল্লযোদ্ধা সন্দীপ টোমৰৰ অগ্ৰগতি।
  • তুৰ্কেমেনিস্তানৰ ৰুষ্টম নজাৰভক ১২-৮ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় ৰেষ্টলাৰজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in