শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত কোন অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ…

493
  • সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত এজাহাৰা দাখিল।
  • অভিনেতাৰ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
  • সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে দাখিল কৰিছে এই এজাহাৰ।
  • এজাহাৰত অভিযোগ কৰা মতে, সুশান্তক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচনা কৰিছিল অভিনেত্ৰী ৰিয়াই।
  • পাটনাৰ মধ্য মণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সঞ্জয় সিঙে সদৰী কৰিছে এই তথ্য।
  • ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে চাৰিজনীয়া এটা আৰক্ষীৰ দল।
  • এই দলটোৱে মুম্বাই আৰক্ষীৰ পৰা এই ঘটনা সন্দৰ্ভত কেছ ডায়েৰীকে ধৰি আন প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি