সুশান্তৰ আত্মহত্যাৰ সন্দৰ্ভত কোন অভিনেত্ৰীৰ বিৰুদ্ধে গোচৰ…

ফাইল ফটো
ফাইল ফটো
  • সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত এজাহাৰা দাখিল।
  • অভিনেতাৰ ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
  • সুশান্ত সিং ৰাজপুতৰ পিতৃয়ে দাখিল কৰিছে এই এজাহাৰ।
  • এজাহাৰত অভিযোগ কৰা মতে, সুশান্তক আত্মহত্যা কৰাৰ বাবে প্ৰৰোচনা কৰিছিল অভিনেত্ৰী ৰিয়াই।
  • পাটনাৰ মধ্য মণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সঞ্জয় সিঙে সদৰী কৰিছে এই তথ্য।
  • ইতিমধ্যে মুম্বাইলৈ ৰাওনা হৈছে চাৰিজনীয়া এটা আৰক্ষীৰ দল।
  • এই দলটোৱে মুম্বাই আৰক্ষীৰ পৰা এই ঘটনা সন্দৰ্ভত কেছ ডায়েৰীকে ধৰি আন প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in